WebDot.in ডিজিটেল কাৰ্ড ষ্টুডিঅ'
Branding
✨ স্মাৰ্ট অনলাইন পৰিচয় সঁজুলি

ব্যৱসায়ৰ বাবে ডিজিটেল ভিজিটিং কাৰ্ড

গ্ৰাহকে যাতে এটা টিপাতে কল, WhatsApp মেছেজ, দোকানৰ ঠিকনা আৰু ৱেবছাইট ভিজিট কৰিব পাৰে—তাৰ বাবে প্ৰস্তুত কৰক আপোনাৰ ডিজিটেল পৰিচয় কাৰ্ড।

📲 ডিজিটেল কাৰ্ড ক্ৰিয়েটৰ

তথ্য সলনি কৰক আৰু কাষৰ ম'বাইল প্ৰিভিউত লাইভ চাওক

প্ৰ

প্ৰজ্ঞান এন্টাৰপ্ৰাইজ

নীতুল মেধি (প্ৰতিষ্ঠাপক)

অসমৰ গ্ৰাহকৰ বাবে বিশ্বাসযোগ্য আৰু পেছাদাৰী সেৱা প্ৰদান আমাৰ প্ৰধান লক্ষ্য।

📌 কেনেকৈ ব্যৱহাৰ কৰিব

WhatsApp Bio, Instagram লিংক অথবা কেচ মেমোৰ QR ক'ডত এই ডিজিটেল কাৰ্ডৰ তথ্য ব্যৱহাৰ কৰি গ্ৰাহকৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰক।

📌 এটা টিপাতে সকলো লিংক

গ্ৰাহকে নম্বৰ সেভ নকৰাকৈও WhatsApp মেছেজ আৰু গুগল মেপৰ ঠিকনা সহজে লাভ কৰিব পাৰে।

Branding শিতানলৈ উভতি যাওক
তথ্য কপি কৰা হ'ল!