আমাৰ পৰিচয় আৰু ইতিহাস
২০১৬ চনৰ পৰা আমি অসমৰ খাদ্যপ্ৰেমী সকলক বিশুদ্ধ আৰু সুস্বাদু খাদ্য যোগান ধৰি আহিছোঁ।
এটা পেজতে সকলো ঠাহ খুৱাই ৰখাৰ সলনি ব্যৱসায়ৰ বাবে জৰুৰী পৃষ্ঠাসমূহ (Home, About, Services, Gallery, Contact) সুকীয়াকৈ সজাই তোলক। আপোনাৰ প্ৰয়োজন অনুসৰি কথা পাতি কাষ্টম পৃষ্ঠা যোগ কৰা হ'ব।
গ্ৰাহকে যাতে খেলিমেলি নোহোৱাকৈ আপোনাৰ ব্যৱসায়টোক পেছাদাৰী ৰূপত জানিব পাৰে:
ব্যৱসায়ৰ চমু পৰিচয়, প্ৰধান হাইলাইট আৰু গ্ৰাহকক আকৰ্ষিত কৰা বিশেষ ব্যৱস্থা।
প্ৰতিষ্ঠানটোৰ আৰম্ভণি, অভিজ্ঞতা আৰু গ্ৰাহকে কিয় আপোনাক বিশ্বাস কৰিব তাৰ বিৱৰণ।
খাদ্যৰ মেনু, চাৰ্ভিচ ৰেটকাৰ্ড বা উপলব্ধ সামগ্ৰীসমূহৰ স্পষ্ট আৰু বিশদ তালিকা।
পূৰ্বৰ কামৰ স্পষ্ট ফটো, দোকানৰ ভিতৰৰ পৰিৱেশ বা প্ৰডাক্টৰ হাই-কোৱালিটি গেলেৰী।
গুগল মেপৰ সঠিক অৱস্থান, সম্পূৰ্ণ ঠিকনা, ফোন নম্বৰ আৰু WhatsApp বাৰ্তাৰ ব্যৱস্থা।
টেবুল বুকিং, এপয়ণ্টমেণ্ট বা বিশেষ অৰ্ডাৰ ফৰ্ম—আপোনাৰ প্ৰয়োজন অনুসৰি আলোচনা কৰি যোগ কৰা হ'ব।
তলৰ ৬টা শ্ৰেণীৰ পৰা আপোনাৰ ব্যৱসায়টো বাছক আৰু ভিন ভিন পৃষ্ঠা কেনেকুৱা দেখাব চাওক
জৰুৰী পৃষ্ঠাসমূহ আৰু আপোনাৰ ব্যৱসায়ৰ প্ৰয়োজন অনুসৰি কাষ্টম পেজ সহ
প্ৰত্যক্ষ আলোচনা • স্পষ্ট পৰিকল্পনা • স্থানীয় ব্যৱসায়ৰ বাবে বিশেষভাৱে নিৰ্মিত